
চুলতান চালেহ আহমেদ৷ ৱৰ্ল্ড ফোনৰ ফ্ৰেন্সাইজৰ৷ এদিন মোক ক'লে, ৱৰ্ল্ড ফোনৰ ওপৰত এটা বিজ্ঞাপন বনাব লাগে৷ মোৰ ব্ল'গৰ ভিডিঅ'বোৰৰ দৰেই ৱৰ্ল্ডফোনৰ সা-সুবিধাখিনি কৈ বিজ্ঞাপনটো বনাব পৰা যাব৷ তেওঁ টিভিত বজাব৷ ক'লো, অকলে অকলে মই বকি থাকিলে ভাল লাগিব জানো৷ ৰিভিউ কৰাৰ দৰে লাগিব৷ এড ফিল্মৰ
Worldphone- High Speed Broad Band Internet
তলত ৱৰ্ল্ডফোনৰ কেইটামান বিশেষ সা-সুবিধাৰ কথা
উল্লেখ কৰিলোঁ৷
১)প্ৰায়ে দেখা যায় সন্ধিয়া হোৱাৰ লগে লগে
বেছিভাগ নেটৱৰ্কৰে ইন্টাৰনেট স্পীড কমি যায়৷ কাৰণ কামৰ পৰা আজৰি হৈ সৰ্বাধিক
মানুহে এই খিনি সময়তে ইন্টাৰনেট ব্যৱহাৰ কৰে৷ কিন্তু ৱৰ্ল্ড ফোনৰ ক্ষেত্ৰত ইয়াৰ
বিপৰীত৷ সন্ধিয়া আঠ বজাৰ পৰা পিছদিনা ৰাতিপুৱা আঠ বজালৈকে ৱৰ্ল্ডফোনৰ স্পীড দুগুণ
হয়৷ মানে কোনোবাই যদি 1mbps স্পীডৰ পেক এটা
চাবস্ক্ৰাইব কৰে তেওঁৰ স্পীড হ'বগৈ 2mbps ৷ 2mbps কৰিলে 4mbps৷
২) নূন্যতম ৬০০ টকাৰ পৰা ৱৰ্ল্ডফোনৰ সেৱা লাভ
কৰিব পাৰিব৷
৩) প্ৰায়ভাগ নেটৱৰ্কৰে আপল'ড আৰু ডাউনল'ড স্পীদৰ
মাজত পাৰ্থক্য দেখা যায়৷ কিন্তু ৱৰ্ল্ড ফোনৰ আপল'ড আৰু ডাউন'ড স্পীদ সমান৷
৪) আপুনি যদি প্ৰায়ে থকা ঠাই সলায় থাকিব লগীয়া
হয় ৱৰ্ল্ডফোনৰ ৱায়াৰলেছ ব্ৰডবেণ্ড কানেক্সন ল'ব পাৰিব৷ কাৰণ ৱৰ্ল্ডফোনৰ Wired আৰু Wireless দুয়োটা সুবিধা আছে৷
৫) ৱৰ্ল্ডফোনে ইন্টাৰনেট কানেক্সন সংযোগ কৰাৰ
বিনিময়ত ইনষ্টলেছন ফিজ নলয়।
৬) ২৪ ঘন্টা গ্ৰাহক সেৱা উপলব্ধ।
এইখিনিতে শ্বুটিঙৰ কাৰণে ঘৰটো ঠিক কৰি দিয়াৰ বাবে আৰ্ট-ডাইৰেক্টৰ প্ৰণৱ
কলিতাৰ লগতে ঘৰৰ গৰাকী দুৰ্গেশ্বৰ ৰয়দা আৰু তেওঁৰ পৰিয়ালক ধন্যবাদ জনালোঁ৷ ভীষণ
ব্যস্ততাৰ মাজতো সময় উলিয়াই ভিডিঅ'টোত VOICE দিয়াৰ
বাবে শ্ৰদ্ধাৰ ড⁰ বিনীতা বৰা দেৱ চৌধুৰী বাইদেউক ধন্যবাদ জনালোঁ৷
প্ৰযোজক চুলতান চালেহ আহমেদৰ লগতে ভিডিঅ'টোৰ সৈতে জৰিত কলা কুশলী সকল, দীপাংক, দীপান্বিতা,
ভৃগু, অৰ্ণৱ, কিশোৰদা, হিৰণজিৎ, টুটুলদাকো ধন্যবাদ জনালোঁ৷
ReplyDeleteMy coder is trying to convince me to move to .net from PHP. I have always disliked the idea because of the expenses. But he's tryiong none the less. I've been using WordPress on a variety of websites for about a year and am nervous about switching to another platform. I have heard great things about blogengine.net. Is there a way I can import all my wordpress content into it? Any help would be really appreciated! itunes sign in
There are a few simple approaches to comprehend broadband. Actually broadband methods any wave signal which incorporates or handles an expansive scope of frequencies.fritzbox
ReplyDeleteThis really doesn't benefit Newfoundland, unfortunately. mortgage calculator And since you can select from the best rates on mortgages rising available on our website, you'll understand specifically what your payments will be. mortgage payment calculator canada
ReplyDelete