ফেলুদা, তোপছে আৰু জটায়ুৰ কেদাৰনাথলৈ এক ৰোমাঞ্চকৰ যাত্ৰা৷ ভৱানী উপাধ্যায় নামৰ এজন সাধুৰ ওপৰত ঘটিবলৈ ওলোৱা সাম্ভাৱ্য আক্ৰমণ ৰোধ কৰাৰ দায়িত্ব পৰিছে তেওঁলোকৰ ওপৰত৷ উপাধ্যায়ৰ হাতত আছে এটা বহুমূলীয়া লকেট৷ আৰু লকেটটোৰ সৈতে জড়িত হৈ পৰিছে কেবাজনো ব্যক্তি৷ তাৰ মাজত এজন ৰাজকোঁৱৰ, এজন সাংবাদিক, এজন ব্যৱসায়ী৷ এই সকলোবোৰ মিলি গঢ়ি উঠা ৰহস্যৰ মেৰপাক ভঙাত সফল হ'ব নে ফেলুদা?
Subscribe to:
Post Comments (Atom)