Jul 14, 2021

মিছৰ ৰহস্য - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Misor Rahasya an Assamese Adventure Mystery Novel by Rajiv Phukan
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

খুৰাদেউৰ হাতত পৰিছে ইজিপ্তীয় চিত্ৰলিপিৰে অঁকা কেইখন মান ছবি। ছবিকেইখন আঁকিছে এক বৃদ্ধই টোপনিতে। ছবিকেইখনত উল্লেখ আছে তিনিহাজাৰ বছৰ পুৰণি এটা ৰহস্যৰ কথা। তাৰ সন্ধানতেই খুৰাদেউ আৰু সন্তুৱে উৰা মাৰিছে মিছৰলৈ। সন্তুৰ ধাৰণা সেই ছবিত আছে পিৰামিডৰ ভিতৰৰ গুপ্তধনৰ সম্ভেদ। তাৰ লগত জড়িত হৈ পৰিছে এগৰাকী ৰাণীৰ ভৌতিক কাহিনী, বছৰি যাৰ মামীয়ে এবাৰকৈ কফিনৰ ভিতৰত আবিৰ্ভাৱ হৈ পুনৰ অন্তৰ্ধান হৈ যায়। এইপিনে দুটাকৈ উগ্ৰপন্থী সংগঠনে খেদি ফুৰিছে সন্তু আৰু খুৰাদেউক। দিল্লীতে তিনিবাৰকৈ আক্ৰমণ হৈছে খুৰাদেউৰ ওপৰত। তাৰোপৰি ধূলিৰ ধুমুহা, অপহৰণ আৰু কত কি?
 
পাৰিবনে সন্তু আৰু খুৰাদেউৱে ইমানবোৰ বাধা বিঘিনিকো নেওচি এই ৰহস্যৰ সমাধান কৰিবলৈ? সঁচাকৈ গুপ্তধন আছেনে পিৰামিডৰ ভিতৰত? সন্তু আৰু খুৰাদেউৰ সৈতে এক শ্বাসৰূদ্ধকাৰী অভিযানৰ অংশ হ'বলৈ পঢ়ক 'মিছৰ ৰহস্য'

** সূচী **
 
 
 
 
 
 
 
 
 
 
 

~~~~~~~~~~~

কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ