Aug 16, 2021

কাপালিক - ভৌতিক/ৰহস্য উপন্যাসিকা

ৰাজীৱ ফুকন

Kapalik an Assamese Horror Mystery Novel by Rajiv Phukan   
*মূলঃ তাৰাদাস বন্দোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*   

তাৰানাথ তান্ত্ৰিক বাংলা সাহিত্যৰ এটা জনপ্ৰিয় চৰিত্ৰ। এই চৰিত্ৰটোৰ ওপৰত এখন ভৌতিক ৱেব চিৰিজো আছে। বিংশ শতিকাৰ আৰম্ভণিৰ ফালে তেতিয়াৰ অবিভক্ত বংগ দেশৰ বিভিন্ন স্থানত ঘূৰা-ফুৰা কৰি তাৰানাথ তান্ত্ৰিকে বিভিন্ন ভয়ংকৰ অলৌকিক পৰিস্থিতিৰ মুখা মুখি হৈছিল। তাকেই বৰ্ণনা কৰিছে তেওঁ এই কাহিনীবোৰত।

** সূচী **