Mar 1, 2021

পোহৰৰ ছাঁত - ডিটেক্টিভ উপন্যাস (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Pohoror Sat Assamese Detective Novel by Rajiv Phukan

*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

কোনো শিল্পীয়ে নিজৰ পত্নী আৰু কন্যাৰ অশ্লীল ছবি আঁকি বজাৰত বেচিব পাৰিব জানো? কিন্তু পত্নীৰ মতে, প্ৰতিহিংসাৰ দাৱানলত জ্বলি চিত্ৰশিল্পী সৰ্বজিৎ সৰকাৰৰ পক্ষে সেয়া কৰাতো একো অসম্ভৱ নহয়। যি কথা সৰ্বজিতে একে আষাৰে অস্বীকাৰ কৰে। তেনেহ'লে কোনে আঁকিলে সেই ছবি, তাকো ইমান নিখুঁতকৈ। তাৰ অনুসন্ধাতে নামি পৰিল ডিটেক্টিভ শৱৰ দাশগুপ্ত। তেওঁৰ অনুসন্ধানত ওলাই পৰিল এটাৰ পিছত এটাকৈ কিছুমান জঘন্য ঘটনা৷

** সূচী **