Oct 4, 2021

জংঘলৰ মাজত এখন হোটেল - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন

 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

হোটেলখনৰ পৰা দুজন টুৰিষ্ট অন্তৰ্ধান হৈছে কেইমাহমান আগতে। বাকী টুৰিষ্টসকলৰ অভিযোগ, ৰাতি তেওঁলোকৰ টোপনি নাহে, কিবা এক অস্বস্তিকৰ অনুভৱ হয়। কি অস্বস্তিকৰ অনুভৱ তেওঁলোকেও ভালকৈ বুজাব নোৱাৰে।
 
অতিকৈ অদ্ভুত এই ঠাইখন। দিনত যদি আপুনি জেব্ৰা-জিৰাফৰ জাক খেদি ফূৰ্ত্তি কৰিছে, ৰাতি হ'লে সিহঁতৰ শ্বাস-প্ৰশ্বাসৰ শব্দই খেদি ফুৰিব আপোনাক। দিনত যিমান মুকলি অনুভৱ কৰিছে, ৰাতি হ'লে সিমানেই ঘোপ মৰা, জয়াল অনুভৱ কৰিব আপুনি ইয়াত।
 
খুৰাদেউ আৰু সন্তুও গৈ উপস্থিত হৈছিল জংঘলৰ মাজৰ সেই বিশেষ হোটেলখনত। আচলতে সিহঁত ফুৰিবলৈহে গৈছিল। কিন্তু ৰহস্যৰ গোন্ধ পাই নামি পৰিল অনুসন্ধানত। যিয়ে সিহঁতক লৈ গ'ল এক ভয়ংকৰ বিপদৰ মাজলৈ।
 

** সূচী **
 
 
 
 
 
 
 
 
 
 
 
 


কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ

সেউজ দ্বীপৰ ৰজা - অভিযানমূলক ৰহস্য উপন্যাস 4.6/5

য়েটি অভিযান - অভিযানমূলক ৰহস্য উপন্যাস 4.6/5

মিছৰ ৰহস্য - অভিযানমূলক ৰহস্য উপন্যাস 3.9/5

মূৰ্তিচোৰ - ডিটেক্টিভ গল্প 3.7/5