May 20, 2021

সেউজ দ্বীপৰ ৰজা - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
 
সভ্য মানুহ যিটো দ্বীপৰ ওচৰেৰে যাবলৈও সাহস নকৰে, দ্বীপৰ বৰ্বৰ আদিবাসীৰ ভয়ত৷ সেই দ্বীপটোতে নামি পৰিল সন্তু আৰু খুৰাদেউ৷ যোৱা পঞ্চাছটা বছৰত এই দ্বীপটোত নামিবলৈ বহুকেইজনে চেষ্টা কৰিছে, তাৰে অধিকাংশই বিভিন্ন দেশৰ বৈজ্ঞানিক৷ কি আছে তেওঁলোকৰ বাবে তাত, কোনেও নাজানে, কিন্তু সেই দ্বীপত এবাৰ ভৰি দিলে যে জীৱন্তে ঘূৰি আহিব নোৱাৰে, সেইটো কথা সকলোৱে জানে৷ দুদিন পিছতে সমুদ্ৰত ভাহি উঠে মৃতদেহ। পাৰিবনে সন্তু আৰু খুৰাদেউৱে সেই দ্বীপৰ ৰহস্য উদঘাটন কৰিবলৈ? পাৰিবনে তেওঁলোকে জীৱন্তে ঘূৰি আহিবলৈ? জানিবলৈ ব'লক, সন্তু আৰু খুৰাদেউৰ সৈতে আমিও নামি পৰো এক শ্বাসৰুদ্ধকাৰী অভিযানত৷

 

** সূচী **
 
 
 
 
 
 
 
 
 
 
 
 
 
 

~~~~~~~~~~~

কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ