মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
শৱৰ দাসগুপ্ত - প্ৰসিদ্ধ বাঙালী সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যায়ৰ সৃষ্ট এটা কাল্পনিক ডিটেক্টিভ চৰিত্ৰ৷ এই চৰিত্ৰটোক লৈ তেওঁ কেবাখনো উপন্যাস ৰচনা কৰিছে৷ চৰিত্ৰটো প্ৰথম আবিৰ্ভাৱ হৈছিল ঋণ নামৰ উপন্যাসখনত৷ য'ত মিতালী ঘোষ নামৰ এগৰাকী সম্ভ্ৰান্ত ঘৰৰ মহিলাৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ ডিটেক্টিভ শৱৰ দাসগুপ্তই আৱিষ্কাৰ কৰে কিছুমান লজ্জাজনক ঘটনা৷
ঋণ উপন্যাসখনক পৰৱৰ্তী কালত "এবাৰ শবৰ" নামৰে চলচিত্ৰৰ ৰূপ দিয়ে পৰিচালক অৰিন্দম শীলে৷ এই চৰিত্ৰটোক লৈ তেওঁ এতিয়ালৈ তিনিখন ছবি নিৰ্মাণ কৰিছে৷
ই-বুক আকাৰত পঢ়িবলৈ তলৰ ডাউনল'ড বটনত ক্লিক কৰক৷