70D কেমেৰাটোৰ সতে আজি মোৰ দুবছৰ৷ বৰ-পিক্সাৰছৰ
প্ৰায় এবছৰ৷ এতিয়া উভতি চোৱাৰ
সময়৷ যোৱা এটা বছৰত আমি কেবাটাও মিউজিক ভিডিঅ', SMS ফিল্ম নিৰ্মাণ কৰি উলিয়ালোঁ, নামনি অসমৰ বিভিন্ন লোকেচনত৷ পাঠশালা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত৷ ইয়াতে আমাৰ প্ৰিয়তম লোকেচন কেইটামানৰ স্নেপস্বট আগবঢ়ালোঁ৷ ( পুৰণা ভিডিঅ' বোৰ নতুনকে ৰং কৰা হৈছে ৷ নতুন পোছাকত আকৌ এবাৰ ৰিলিজ দিব পৰা হ'লে! আপচোচ থাকি গ'ল৷)

উজান বজাৰ ঘাট, আমাৰ লোকেল গোৱা৷
হাৰিভাঙাৰ সৰিয়হ খেতি, আৰু ভঙা দলঙৰ প্ৰাচীন খুঁটা, আমাৰ উত্তৰ ভাৰত৷
গুৱাহাটীৰ ফুটপাথ, ৰাজ আলি, আৰু সৰু-সৰু গলি,আমাৰ স্বপ্নৰ মায়া নগৰী৷
দাঁতি কাষৰীয়া ভূটান, মানাস, আৰু নামনি অসমৰ বিভিন্ন লোকেচন
আৰু শেষত, পাঠশালা, মোৰ চহৰ, আমাৰ হলীউদ৷
আমাৰ পুৰণা আৰু আহিবলগীয়া নতুন ভিডিঅ' সমূহ উপভোগ কৰিবলৈ অনুগ্ৰহ কৰি Bor-Pictures Entertainment চেনলটো চাবস্ক্ৰাইব কৰক।
চিনেমা:
DSLR চিনেমাৰ জন্ম কাহিনী
SHUTTER LIFE: DSLR কেমেৰাৰ আয়ুস
Good Job
ReplyDelete