Me, Myself & Rajiv Phukan
“বন্ধু বিদায়, পইছা-পাতি চব শেষ। সেয়ে ঘৰলৈ বুলি দুদিন মান আগতেই ওলালোঁ।”- মোৰ বুকুখন চিৰিংকৈ গ'ল। এনেকুৱা এটা মেছেজ আহিব পাৰে বুলি আগতেই অনুমান কৰিছিলোঁ। আলিটোৰ সিটো পাৰত বিনাই থকা কুকুৰটোৱে মোৰ মনটো বেছি গধুৰ কৰি তুলিলে। পৰহিৰ পৰা সেইখিনিতে সি মৃত্যুমুখী যন্ত্ৰনাত কেঁকাই-গেঁঠাই ৰৌ-ৰৌৱাই আছে।
কল্পনাৰ সাগৰত বুৰ মাৰি বুটলি আনিব খোজো কোনো দিনে নোকোৱা কাহিনীবোৰ...