হেল্ল', মই ৰাজীৱ৷ আৰু আজিৰে পৰা আমি এটা নতুন
ইউটিউব চেনেল আৰম্ভ কৰিবলৈ লৈছোঁ৷ চেনেলটোৰ নাম Me, Myself And Rajiv Phukan ।
এই চেনেলটোৰে মই আপোনালোকৰ সৈতে টকেনল'জিৰ লগত
জড়িত কথা কিছুমান আলোচনা কৰিম৷ আপোনালোকক লেটেষ্ট টেক-নিউজ বিলাক দিয়াৰ চেষ্টা
কৰিম৷ তাকো অসমীয়া ভাষাত৷ লগতে ভিডিঅ'ৰ কথাখিনি মোৰ ব্লগটোত লিখিত আকাৰতো প্ৰকাশ
কৰি যাম৷ যি সকলৰ ইন্টাৰনেট স্পিদ কম, ভিডিঅ' চলাবলৈ অসুবিধা পায়, তেওঁলোকে কথাখিনি মোৰ ব্লগটোক পঢ়িব পাৰিব৷
গতিকে আমাৰ অনাগত ভিডিঅ' আৰু লেখাবোৰে যদি
আপোনালোকৰ ভাল লাগে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো চাবস্ক্ৰাইব কৰিব, চেয়াৰ কৰিব৷ কিবা
বুজি নপোৱা কথা থাকিলে আমাক সুধিব৷ কিবা দিহা পৰামৰ্শ দিবলৈ হ'লে দ্বিধা নকৰিব৷
আৰু আমাক অনুপ্ৰাৰিত কৰি যাব৷ যাতে আমি আপোনালোকৰ বাবে নতুন নতুন ভি়ডিঅ’ লৈ আহিব পাৰোঁ৷ আজিলৈ ইমানেই। ধন্যবাদ।
আমাৰ অন্যান্য পোষ্ট সমূহ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ