Aug 4, 2021

ৰূপ - ডিটেক্টিভ গল্প (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Roop Assamese Ditective Story by Rajiv Phukan 
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

মিছ গাৰ্গী মিত্ৰ। কাহিনীটো আগবাঢ়িছে এইগৰাকী ৰূপৱতী যুৱতীক কেন্দ্ৰ কৰি৷ এবছৰ আগতে এখন বিউটি কন্টেষ্টত অংশ লৈছিল তেওঁ৷ তাৰ এবছৰ পিছত সংঘটিত এটা মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈ ডিটেক্টিভ শৱৰ দাশগুপ্তই তাৰ যোগসূত্ৰ বিচাৰি পায় অতীতত ঘটি যোৱা কেইটামান ৰহস্যময় মৃত্যুৰ ঘটনাৰ লগত৷ আৰু তাৰ গুৰি বিচাৰি বিচাৰি তেওঁ উপস্থিত হয়গৈ সেই বিশেষ দিনটোত। কি ঘটিছিল সিদিনা সেই বিউটি কন্টেষ্টখনত? মৃত্যু হোৱা মানুহবোৰেই বা কোন? আৰু কি সম্পৰ্ক আছিল তেওঁলোকৰ গাৰ্গী মিত্ৰৰ সৈতে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈকে পঢ়ক ডিটেক্টিভ গল্প 'ৰূপ'।


** সূচী **



~~~~~~~

চিৰিজটোৰ অন্যান্য উপন্যাসসমূহঃ

ঋণ 4.5/5