Apr 17, 2021

প্ৰজাপতিৰ মৃত্যু আৰু পুনৰ্জন্ম - ডিটেক্টিভ উপন্যাস (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Projapotir Mrityu aru Punarjanma by Rajiv Phukan 
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

ঘৈণীয়েকৰ মতে সি এটা নৰপশু, ছেক্সুৱেলী ব্ৰুটেল, চেডিষ্ট। সেয়ে বিয়াৰ পিছদিনাই তাৰ লগত সকলো সম্পৰ্ক ছেদ কৰিছিল তাই। সেই মানুহজনৰ গেৰেজৰ কাষতেই ৰিংকু নামৰ এজনী ছোৱালীৰ ডেডবডি পোৱা গ'ল। ব্ৰুটেলি ৰেপড। পুলিচে তাকেই সন্দেহ কৰিছে। সন্দেহ কৰিবলৈ প্ৰমাণো আছে যথেষ্ট। পুলিচৰ মতে সেইটো এটা অপেন এণ্ড চাট কেছ। কিন্তু ডিটেক্টিভ শৱৰ দাশগুপ্তই কেছটো ইমান সহজভাৱে ল'ব পৰা নাই। তেনেহলে আচল কাহিনী কি? কেছটো অনুসন্ধান কৰিবলৈ গৈ তেওঁ মুখামুখি হ'ব লগীয়া হৈছে সেই অদ্ভুত, নিৰ্বিকাৰ, চেডিষ্ট ব্যক্তিজনৰ লগত।

 
** সূচী **