Jun 11, 2024

হেমলক - ৰহস্যধৰ্মী গল্প

ৰাজীৱ ফুকন
Hemlock Assamese Mystery Story by Rajiv Phukan  
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*   

লেখক হিমাদ্ৰিকিশোৰ দাশগুপ্তৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১৭ মে'ত৷৷ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত এম.এ.৷  তেখেতৰ প্ৰথম প্ৰকাশিত গল্প 'হাৰানখুড়োৰ মাছ ধৰা", শিশু আলোচনী 'কিশোৰ ভাৰতী'ত প্ৰকাশ পাইছিল৷ প্ৰথম উপন্যাস 'কৃষ্ণলামাৰ গুম্ফা' আনন্দমেলাত প্ৰকাশ পাইছিল৷ 

এতিয়ালৈকে তেখেতৰ যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰকাশিত হৈছে৷ বহুতো কাহিনীয়ে জনপ্ৰিয় এফ. এম. চেনেলবোৰত নাট্যৰূপ লাভ কৰিছে৷ 

তেখেতৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থ হ'ল, বন্দৰ সুন্দৰী, ৰাক্ষুসে নেকড়ে, খাজুৰাহ সুন্দৰী, ফিৰিঙ্গি ঠগি, চন্দ্ৰভাগাৰ চাঁদ, কৃষ্ণলামাৰ গুম্ফা, ৰুদ্ৰনাথেৰ চুনিৰ চোখ, ইত্যাদি৷


** সূচী **