May 23, 2020

কেদাৰনাথ কাণ্ড - ডিটেক্টিভ উপন্যাস (ফেলুদা চিৰিজ)

ৰাজীৱ ফুকন
Kedarnath Kanda Assamese Detective Novel by Satyajit Ray
*মূলঃ সত্যজিৎ ৰায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 
ফেলুদা, তোপছে আৰু জটায়ুৰ কেদাৰনাথলৈ এক ৰোমাঞ্চকৰ যাত্ৰা৷ ভৱানী উপাধ্যায় নামৰ এজন সাধুৰ ওপৰত ঘটিবলৈ ওলোৱা সাম্ভাৱ্য আক্ৰমণ ৰোধ কৰাৰ দায়িত্ব পৰিছে তেওঁলোকৰ ওপৰত৷ উপাধ্যায়ৰ হাতত আছে এটা বহুমূলীয়া লকেট৷ আৰু লকেটটোৰ সৈতে জড়িত হৈ পৰিছে কেবাজনো ব্যক্তি৷ তাৰ মাজত এজন ৰাজকোঁৱৰ, এজন সাংবাদিক, এজন ব্যৱসায়ী৷ এই সকলোবোৰ মিলি গঢ়ি উঠা ৰহস্যৰ মেৰপাক ভঙাত সফল হ'ব নে ফেলুদা?

** সূচী **










নৱম অধ্যায়


উপন্যাসখন ই-বুক আকাৰত পঢ়িবলৈ তলৰ ডাউনল'ড বটনত ক্লিক কৰক৷

  1. দাদা মই আজি পাইছো এই link টো। ভাল লাগিছে। এটা অনুৰোধ আছিল- ৰন্জু হাজৰিকাৰ'ডিটেক্টিভ ত্ৰিনয়ন' চিৰিজ অন্তর্ভুক্ত কৰাৰ চেষ্টা কৰিবচোন প্লিজ ☺

    ReplyDelete
    Replies
    1. ধন্যবাদ... বেলেগ লেখকৰ লেখা প্ৰকাশ কৰিবলৈ অনুমতি নিদিব নহয়.. 😔

      Delete