May 1, 2021

মৃত্যু অভিজ্ঞতা - ভৌতিক / ৰহস্য উপন্যাস

ৰাজীৱ ফুকন
Mrity Obhigyata by Rajiv Phukan 
*মূলঃ হুমায়ূন আহমেদ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 
মৃত্যুৰ পিছত তেওঁ গম পালে যে তেওঁক হত্যা কৰা হৈছিল। পুলিচৰ সন্দেহ, হত্যাকাৰী তেওঁৰ পত্নী ৰুবিনা। ৰুবিনাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কেইবাটাও প্ৰশ্ন, ৰাতি তিনিটা বজাত কোনে ৰুবিনাক ফোন কৰে, তেওঁৰ জীয়েকৰ প্ৰকৃত পিতৃ কোন, তেওঁৰ বন্ধু ৰবিউলৰ সৈতে ৰুবিনাৰ সম্পৰ্কই বা কি, ইত্যাদি। অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু তেওঁ নিৰৱে সাক্ষী হ'বলগীয়া হৈছে, তেওঁৰ চাৰিওফালে প্ৰবহমান মানুহৰ জীৱনৰ খণ্ডচিত্ৰৰ, চিনাকি মানুহৰ অচিনাকি স্বৰূপৰ। তেওঁৰ চেতনা ব্ৰহ্মচেতনাত বিলীন হোৱাৰ আগতে তেওঁ জানি যাব পাৰিবনে, তেওঁৰ প্ৰকৃত মৃত্যু ৰহস্য কি?

 

** সূচী **